Rupaliparda.com
১০০ দিন পিছত আহিব ছুলবুল পাণ্ডেঃ 1

১০০ দিন পিছত আহিব ছুলবুল পাণ্ডেঃ

মুক্তি পালে বহু প্ৰত্যাশিত ছবি ছলমান খানৰ “ডাবাংগ ৩” ৰ মোছন পোষ্টাৰ। উক্ত পোষ্টাৰখনেই ইংগিত দিছে এইবাৰৰ “ডাবাংগ” ৰ তৃতীয়টো সংস্কৰণত থাকিব আগতকৈ তিনিগুন বেছি একচন আৰু ড্ৰামাৰ। প্ৰভূদেৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনত ছলমানৰ লগতে সোনাক্ষী সিনহা আৰু কিচ্ছা সুদীপে অভিনয় কৰিছে।


মুক্তিৰ পূৰ্বেই বৃহৎ সংখ্যাত চৰ্চা লাভ কৰা এই ছবিখনৰ পোষ্টাৰ মুক্তিৰ পিছতেই ছবিখনক লৈ আৰু অধিক উৎসাহী হৈ পৰিছে দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform