Rupaliparda.com
প্ৰসাধন ব্যৱহাৰ নকৰাকৈয়ে চৰ্চিত জেৰিফাঃ তেওঁৰ "ন মেকআপ" লুক 1

প্ৰসাধন ব্যৱহাৰ নকৰাকৈয়ে চৰ্চিত জেৰিফাঃ তেওঁৰ “ন মেকআপ” লুক

নিতৌ যথেষ্ট মেক-আপৰ সৈতে কেমেৰাৰ সমুখত বহিবলগীয়া হয় অভিনয়ৰ সৈতে জড়িত প্ৰত্যেকগৰাকী অভিনেত্ৰীয়ে। কেমেৰাৰ এংগল অনুসৰি নিজক শুৱনি কৰি ৰাখিবলৈ যত্ন কৰে তেওঁলোকে। সদায় তেওঁলোকক মেক-আপত দেখি থকা দৰ্শকে যদি কেতিয়াবা “ন-মেক আপ” লুকত দেখি যায় তেতিয়াহ’লে এফালৰ পৰা চৰ্চাৰ বিষয় হোৱাৰ লগতে ট্ৰল’ৰো সন্মুখীন হ’বলগীয়া হয় অভিনেত্ৰী সকল।

প্ৰসাধন ব্যৱহাৰ নকৰাকৈয়ে চৰ্চিত জেৰিফাঃ তেওঁৰ "ন মেকআপ" লুক 2
প্ৰসাধন ব্যৱহাৰ নকৰাকৈয়ে চৰ্চিত জেৰিফাঃ তেওঁৰ "ন মেকআপ" লুক 3
View this post on Instagram

#Sunshine

A post shared by Zerifa Wahid (@zerifa_wahid) on


কিন্তু, এনে “ন মেকআপ” লুকেৰে দৰ্শকৰ সমাদৰহে বুটলিলে অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে। ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰা কেইখনমান ফটোত এতিয়া জেৰিফাৰ অনুৰাগীয়ে কৰিছে বিভিন ধনাত্মক কমেন্ট।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform