Rupaliparda.com
"মই নাৰী শোষণকাৰীৰ ছবিত অভিনয় নকৰো"- দীপিকা পাডুকন 1

“মই নাৰী শোষণকাৰীৰ ছবিত অভিনয় নকৰো”- দীপিকা পাডুকন

দীপিকা আৰু ৰণৱীৰক একেখন ছবিত চাবলৈ বিচৰা দৰ্শকক সকললৈ দুখবৰ। লৱ ৰঞ্জনৰ আহিবলগীয়া ছবিত দীপিকাক লোৱাৰ কথা আছিল যদিও বৰ্তমান এই ছবিখনত দীপিকাৰ সলনি অভিনয় কৰিব শ্ৰদ্ধা কাপুৰে। উক্ত ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিব ৰণৱীৰ কাপুৰ আৰু অজয় দেৱগণে।


ছবিখনৰ বাবে দীপিকাক মূখ্য চৰিত্ৰত বিচাৰ কৰা হৈছিল বুলি বিভিন্ন খবৰ ওলাইছিল যদিও এই সমগ্ৰ খবৰক নাকচ কৰি দীপিকাই কয় যে, “মই কোনো নাৰী শোষণকাৰীৰ ছবিত অভিনয় নকৰো।” দৰাচলতে, এগৰাকী অভিনেত্ৰীয়ে “মি টু মোভমেন্ট” চলি থকা সময় ছোৱাত পৰিচালক গৰাকীৰ ওপৰত শোষণৰ আৰোপ লগাইছিল।

"মই নাৰী শোষণকাৰীৰ ছবিত অভিনয় নকৰো"- দীপিকা পাডুকন 2
"মই নাৰী শোষণকাৰীৰ ছবিত অভিনয় নকৰো"- দীপিকা পাডুকন 3


উল্লেখ্য যে, উক্ত ছবিখনত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা শ্ৰদ্ধা কাপুৰ, ৰণৱীৰ কাপুৰ তথা অজয় দেৱগণক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform