Rupaliparda.com
কিশোৰ দাসৰ "চোৱানা আজি"- 1

কিশোৰ দাসৰ “চোৱানা আজি”-

“বিধাতা” মেগা ছিৰিয়েলখনৰ সফল সমাপ্তিৰ পিছত এইবাৰ চিৰিয়েল খনৰ অভিনেতা কিশোৰ দাসক দেখিবলৈ পোৱা যাব এটি মিউজিক ভিডিঅ’ত।নৱপ্ৰজন্মৰ কন্ঠশিল্পী দীপশিখা বৰুৱাই কন্ঠদান কৰিছে “চোৱানা আজি” শীৰ্ষক গীতটিত। গীতটিৰ ইতিমধ্যে মুক্তি কৰি দিয়া হৈছে টিজাৰ।

https://www.instagram.com/p/B2nXdXWjhwt/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B2naK3JnPCN/?utm_source=ig_web_copy_link
কিশোৰ দাসৰ "চোৱানা আজি"- 2


গীতটি দীপশিখা বৰুৱাৰ ইউটিউব চেনেলত আপোলড কৰা হ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.