Rupaliparda.com
কন্ঠশিল্পী ৰিত্ৰিশাৰ প্ৰথমটো হিন্দী গীত- 1

কন্ঠশিল্পী ৰিত্ৰিশাৰ প্ৰথমটো হিন্দী গীত-

কন্ঠশিল্পী ৰিত্ৰিশাই ৰেকৰ্ড কৰিলে তেওঁৰ প্ৰথমটো হিন্দী সংগীত। গায়িকা গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টত এটি পোষ্ট যোগে এই কথা দৰ্শকক জানিবলৈ দিয়ে। দূৰ, লাভ ইন তাৱাং আদি ছবিকে ধৰি কেইবাখনো ছবিত কন্ঠদান কৰা এই গৰাকী শিল্পীয়ে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে বহু মঞ্চত গীত পৰিৱেশন কৰিছে।

https://www.instagram.com/p/B2leguBgogi/?utm_source=ig_web_copy_link
কন্ঠশিল্পী ৰিত্ৰিশাৰ প্ৰথমটো হিন্দী গীত- 2


তেওঁ কন্ঠদান কৰা প্ৰথমটো হিন্দী গীতৰ প্ৰযোজনা মন্টি শৰ্মাৰ লগতে গীতটি লিখিছে মহিমা ভৰদ্বাজে। উল্লেখ্য যে, ৰিত্ৰিশাই কন্ঠদান কৰা “বুকুৰে মাজতে” শীৰ্ষক গীতটিয়ে আজিও লাভ কৰি আছে শ্ৰোতাৰ পৰা সমাদৰ। গীতটিৰ লিংক তলত দিয়া হৈছে-

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform