Rupaliparda.com
বলীউডৰ "আইফা এৱাৰ্ড" ৰ সফল সমাপ্তিঃ 1

বলীউডৰ “আইফা এৱাৰ্ড” ৰ সফল সমাপ্তিঃ

ছবি জগতৰ আটাইতকৈ ডাঙৰ সন্মান ও পুৰস্কাৰ প্ৰদান অনুষ্ঠান অৰ্থাৎ ইন্টাৰনেশ্বনেল ইণ্ডিয়ান ফিল্ম একাডেমী চমুকৈ “আইফা এৱাৰ্ড” ইতিমধ্যে অনুষ্ঠিত হৈ গ’ল। বলীউডৰ সকলো তাৰকাকেই দেখিবলৈ পোৱা গ’ল এই অনুষ্ঠানত। চাওঁ আহক এই এৱাৰ্ড শ্ব’টোত কোন অভিনেতা/অভিনেত্ৰীয়ে গ্ৰহণ কৰিলে পুৰষ্কাৰ-

বলীউডৰ "আইফা এৱাৰ্ড" ৰ সফল সমাপ্তিঃ 2

১. বেষ্ট ফিল্ম- ৰাজী (মেঘনা গুলজাৰৰ পৰিচালনা)
২. বেষ্ট এক্টেৰ্সঃ আলিয়া ভাট (ৰাজী)
৩. বেষ্ট এক্টৰঃ ৰণৱীৰ সিং (পদ্মাৱত)
৪. বেষ্ট ডাইৰেক্টৰঃ শ্ৰী ৰাম ৰাঘৱান (অন্ধাধুন)
৫. বেষ্ট চাপৰ্টিং এক্টেৰ্সঃ বিকি কৌশল (সঞ্জু)
৬. বেষ্ট ডেবিউ (ফিমেল)- সাৰা আলি খান (কেদাৰনাথ)
৭. বেষ্ট ডেবিউ (মেল)- ইশান খট্টৰ (ধড়ক)
৮. বেষ্ট মিউজিক- চনু কি টিট্টু কি চুইটী
৯. বেষ্ট লিৰিক্স- অমিতাভ ভট্টাচাৰ্য্য (ধড়ক)
১০. বেষ্ট প্লেবেক চিংগাৰ- অৰিজিৎ সিং ( ৰাজী ছবিৰ “এ ৱতন ৱতন”)

বলীউডৰ "আইফা এৱাৰ্ড" ৰ সফল সমাপ্তিঃ 3
বলীউডৰ "আইফা এৱাৰ্ড" ৰ সফল সমাপ্তিঃ 4

আইফা স্পেচিয়েল এৱাৰ্ডঃ
১.যোৱা ২০,টা বৰ্ষৰ বেষ্ট এক্টেৰ্সঃ দীপিকা পাডুকন
২.যোৱা ২০ টা বৰ্ষৰ বেষ্ট এক্টৰঃ ৰণৱীৰ কাপুৰ
৩.যোৱা ২০ টা বৰ্ষৰ বেষ্ট ফিল্মঃ কহো না প্যাৰ হে
৪. যোৱা ২০ টা বৰ্ষৰ বেষ্ট ডাইৰেক্টৰঃ ৰাজকুমাৰ হিৰানী
৫.যোৱা ২০ টা বৰ্ষৰ বেষ্ট মিউজিকঃ প্ৰীতম

বলীউডৰ "আইফা এৱাৰ্ড" ৰ সফল সমাপ্তিঃ 5

উল্লেখ্য যে,আইফা এৱাৰ্ডে ২০টা বৰ্ষ সম্পূৰ্ণ কৰাৰ বাবদ ৫ টা বিশেষ পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.