Rupaliparda.com
২০২০ চনত দুখন উপভোগ্য ছবি- 1

২০২০ চনত দুখন উপভোগ্য ছবি-

ইৰফান খান অভিনীত “অংগ্ৰেজী মিডিয়াম” শীৰ্ষক ছবিখনে বহু দিনৰ পৰাই লাভ কৰিছিল চৰ্চা। উক্ত ছবিখনত ইৰফান খানৰ লগতে দেখিবলৈ পোৱা যাব ৰাধিকা মদান আৰু কৰীণা কাপুৰ খানক। হোমী অদজানিয়াৰ দ্বাৰা পৰিচালিত তথা দিনেশ বিজানৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ ইতিমধ্যে বাহিৰ কৰি দিয়া হৈছে মুক্তিৰ তাৰিখ।

২০২০ চনত দুখন উপভোগ্য ছবি- 2
২০২০ চনত দুখন উপভোগ্য ছবি- 3


অহা বৰ্ষৰ ২০ মাৰ্চ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখন হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত ছবি “হিন্দী মিডিয়াম” ৰ চিকুৱেল। আনহাতে,দিনেশ বিজানৰ দ্বাৰা প্ৰযোজিত আন এখন ছবি “ৰুহী-অফজা” ও মুক্তি লাভ কৰিব অহা বছৰৰ ১৭ এপ্ৰিল তাৰিখে। এই ছবিখনত অভিনয় কৰিছে ৰাজকুমাৰ ৰাওঁ, জান্হৱী কাপুৰ আৰু বৰুণ শৰ্মাই।

২০২০ চনত দুখন উপভোগ্য ছবি- 4

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.