Rupaliparda.com
হিন্দী ছবিৰ তালত তাল মিলাইছে "ৰত্নাকৰে"-এঃ 1

হিন্দী ছবিৰ তালত তাল মিলাইছে “ৰত্নাকৰে”-এঃ

এসপ্তাহতে তিনিকোটি টকীয়া ঘৰত সোমাইছে অসমীয়া ছবি “ৰত্নাকৰ”। “ৰত্নাকৰ” ৰ এনে সফলতাত বৰ্তমান অসমীয়া শিল্পী জগতৰ প্ৰত্যেকজন শিল্পীৰ লগতে সন্তুষ্টিৰ নিশ্বাস এৰিছে চলচিত্ৰ প্ৰেমীয়েও। যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছবি “কাঞ্চনজংঘা” তথা “মিছন ছাইনা” কো পিছ পেলাইছে যতীন বৰাৰ এই ছবিখনে।

হিন্দী ছবিৰ তালত তাল মিলাইছে "ৰত্নাকৰে"-এঃ 2


ইতিমধ্যে ছবিখনে দ্বিতীয় সপ্তাহত লাভ কৰিছে ৫৪ টা চিত্ৰগৃহত দৈনিক ১৯৯ টাকৈ দৰ্শনী।

হিন্দী ছবিৰ তালত তাল মিলাইছে "ৰত্নাকৰে"-এঃ 3


“ৰত্নাকৰ” ৰ এই ৬ দিনীয়া যাত্ৰাৰ চাওঁ আহক উপাৰ্জনৰ ফলাফল–
প্ৰথম দিনাঃ ৪১ লাখ
দ্বিতীয় দিনাঃ ৪৯.৫ লাখ
তৃতীয় দিনাঃ ৫৫ লাখ
চতূৰ্থ দিনাঃ ৪৩ লাখ
পঞ্চম দিনাঃ ৪৫ লাখ
ষষ্ঠ দিনাঃ ৪২ লাখ টকা।

হিন্দী ছবিৰ তালত তাল মিলাইছে "ৰত্নাকৰে"-এঃ 4

হিন্দী ছবিৰ সৈতে সমানে খোজ দিয়াত সক্ষম অসমীয়া ছবি। অসমীয়া ছবিৰ এই ধাৰা ভৱিষ্যতলৈও যাতে এনেদৰেই থাকে তাৰেই কামনা কৰিছে এতিয়া সকলো অসমীয়া শিল্পী তথা সাধাৰণজনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.