Rupaliparda.com
ফটো যোগে জয়া বচ্চনক জোকাইছে অমিতাভেঃ 1

ফটো যোগে জয়া বচ্চনক জোকাইছে অমিতাভেঃ

বলীউডৰ মহানায়ক তথা বিগ বি অমিতাভ বচ্চনক প্ৰায়ে চচিয়েল মিডিয়াত একটিভ দেখিবলৈ পোৱা যায়। তেওঁ প্ৰায়ে বিভিন্ন ধৰণৰ ফটো আপলোড কৰাৰ লগতে তাত সংগতি ৰাখি কিছুমান কেপছন দিয়ে; যিয়ে দৰ্শকৰ আৰু অধিক দৃষ্টি আকৰ্ষণ কৰে।

ফটো যোগে জয়া বচ্চনক জোকাইছে অমিতাভেঃ 2


এইবাৰ তেওঁ নিজৰ পত্নী অৰ্থাৎ অভিনেত্ৰী জয়া বচ্চনৰ এখন ফটো আপলোড কৰে আৰু তাত দিয়া কেপছনে এতিয়া দৰ্শকক হাঁহিবলৈ বাধ্য কৰোৱাইছে।

ফটো যোগে জয়া বচ্চনক জোকাইছে অমিতাভেঃ 3


অমিতাভ বচ্চনে ফটো খনত লিখিছে- ” “অৰ্ধাংগিনী,আছলতে এইটো একেবাৰে সঁচা কিয়নো তেওঁৰ আধা অংশ অপ্ৰাসংগিক হৈ আছে ;যিটো দেখাও পোৱা নাই”।

https://twitter.com/SrBachchan/status/1184699313827414016


আপোনালোকক জনাই থওঁ, অমিতাভ বচ্চনক বলীউডৰ আগন্তুক চাৰিখনকৈ ছবিত দেখিবলৈ পোৱা যাব

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.