Rupaliparda.com
"মল্লিকা" ওৰফে কৰৱীৰ ফেষ্টিভ লুকঃ 1

“মল্লিকা” ওৰফে কৰৱীৰ ফেষ্টিভ লুকঃ

উৎসৱৰ সময়ছোৱাত অসমীয়া শিল্পী জগতত অন্তভূৰ্ক্ত অভিনেত্ৰী সকলক পিন্ধন-উৰণ অথবা তেওঁলোকৰ ফেষ্টিভ লুক এটা চাবলৈ অপেক্ষাৰত হৈ থাকে সাধাৰণ ৰাইজ। কেতিয়াবা অভিনেত্ৰী সকলক অনুসৰণো কৰে তেওঁৰ অনুৰাগীয়ে।

"মল্লিকা" ওৰফে কৰৱীৰ ফেষ্টিভ লুকঃ 2


এনে উৎসৱৰ সময়ছোৱাতে এটা ফেষ্টিভ লুকৰ সৈতে নিজ ইনষ্টাগ্ৰামত ফটো আপলোড কৰে “তোমাৰ মৰমে মোক” ধাৰাবাহিক খনত “মল্লিকা” চৰিত্ৰটি ৰূপায়ন কৰা অভিনেত্ৰী কৰৱী শৰ্মাই।


ফটোখনৰ সৈতে সংলগ্ন কৰি তেওঁ এটা কেপছনো দিয়ে; য’ত তেওঁৰ জীৱনৰ নীতি কিছুমান দৰ্শকক জানিবলৈ দিয়ে। মল্লিকা ওৰফে কৰৱীৰ এই ফটোখনত বৰ্তমান অনুৰাগীয়ে বিভিন্নটা কমেন্টৰে তেওঁৰ এই লুকৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.