Rupaliparda.com
৯০ দশকৰ জনপ্ৰিয় শ্ৰৱ্য কেছেট "মুক্তি"- 1

৯০ দশকৰ জনপ্ৰিয় শ্ৰৱ্য কেছেট “মুক্তি”-

৯০ দশকত মুক্তিপ্ৰাপ্ত প্ৰত্যেকখন শ্ৰৱ্য কেছেটৰ তুলনাত জুবিন গাৰ্গৰ দ্বাৰা কন্ঠদান কৰা গীতৰ শ্ৰৱ্য কেছেট সমূহ কেৱলমাত্ৰ বাণিজ্যিক ভাৱেই নহয়; শ্ৰোতাৰো বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এনে জনপ্ৰিয় এখন কেছেট হৈছে ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত “মুক্তি”।

৯০ দশকৰ জনপ্ৰিয় শ্ৰৱ্য কেছেট "মুক্তি"- 2

উক্ত কেছেটখনৰ গীতকেইটিত জুবিনৰ ভগ্নী জংকী বৰঠাকুৰেও কন্ঠদান কৰিছিল। এন কে প্ৰডাকচনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। মুঠ ৮ টা গীত সমৃদ্ধ “মুক্তি” ৰ দুটিমান গীতত দেশপ্ৰেমৰো সোঁৱাদ পোৱা যায়। গীতকেইটা হৈছে ক্ৰমেঃ
১. ফুল ফুলক
২. চকুৱে চকুৱে
৩.সোণেৰে সজোৱা
৪. মেঘৰ বৰণ
৫. অবাক অবাক
৬. প্ৰতিটো প্ৰহৰ
৭. উজ্বলাই ৰাখিছো
৮.মুক্তি

৯০ দশকৰ জনপ্ৰিয় শ্ৰৱ্য কেছেট "মুক্তি"- 3

তলত গীতকেইটিৰ লিংক দি দিয়া হৈছে; শুনক “মুক্তি” ৰ জনপ্ৰিয় গীতকেইটি-

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.