Rupaliparda.com
"ডাইনী হত্যা", "অন্ধবিশ্বাস" ৰ কাহিনীৰে নিৰ্মিত "জাংফাই জোনাক"- 1

“ডাইনী হত্যা”, “অন্ধবিশ্বাস” ৰ কাহিনীৰে নিৰ্মিত “জাংফাই জোনাক”-

২০১২ চনৰ ১৩ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচিত্ৰ; যিয়ে ৪২ তম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ লগতে গোৱাৰ ভাৰতীয় পেনেৰোমা শিতানলৈ নিৰ্বাচিত হোৱাৰ উপৰিও প্ৰদৰ্শিত হয় তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত। ছবিখনৰ নাম হৈছে “জাংফাই জোনাক”।

"ডাইনী হত্যা", "অন্ধবিশ্বাস" ৰ কাহিনীৰে নিৰ্মিত "জাংফাই জোনাক"- 2
"ডাইনী হত্যা", "অন্ধবিশ্বাস" ৰ কাহিনীৰে নিৰ্মিত "জাংফাই জোনাক"- 3


অসমীয়া চলচিত্ৰই যেতিয়া দৰ্শকৰ ধনাত্মক সমাদৰ লাভ কৰা নাছিল তেতিয়াই উক্ত চলচিত্ৰখনে কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ঠাইত প্ৰদৰ্শিত হয় গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। সঞ্জীৱ সভাপণ্ডিতৰ পৰিচালনাত নিৰ্মিত এই ছবিখন অন্ধবিশ্বাসক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। দুটা কাহিনীক একত্ৰিত কৰি নিৰ্মাণ কৰা এই ছবিখনত অন্ধবিশ্বাসৰ বশৰ্ৱতী হৈ কেনেদৰে “ডাইনী” আখ্যা দি এগৰাকী নিৰ্মম নিৰ্দোহী কিশোৰীক হত্যা কৰা হয়য় তাকেই প্ৰতিফলিত কৰা হৈছে।

"ডাইনী হত্যা", "অন্ধবিশ্বাস" ৰ কাহিনীৰে নিৰ্মিত "জাংফাই জোনাক"- 4


হাই ডেফিনিছন ছ’নী ভিডিঅ’ কেমেৰাৰ দ্বাৰা চিত্ৰগ্ৰহণ কৰা “জাংফাই জোনাক” আছিল প্ৰথম অসমীয়া ছবি। ৮৫ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ প্ৰযোজনা কৰিছে উৎপল কুমাৰ দাসে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.