Rupaliparda.com

“কেটৰিণা এগৰাকী কুইজ মাষ্টাৰ……”- ৰোহিট ছেট্টী

অক্ষয় কুমাৰ আৰু কৰীণা কাপুৰ এনে এক যুঁটি যাক বলীউডৰ ৰীল লাইফ যুঁটি সমূহৰ ভিতৰত খুব পচন্দ কৰা হৈছিল। “নমস্তে লণ্ডন” ৰৱ পিছত আকৌ এবাৰ ৰোহিট ছেট্টীৰ আগন্তুক ছবি “সূৰ্য়বংশী” ত কেটৰিণা কাইফক দেখিবলৈ পোৱা যাব।

"কেটৰিণা এগৰাকী কুইজ মাষ্টাৰ……"- ৰোহিট ছেট্টী 1


“সূৰ্য়বংশী” ত এই দুই তাৰকাক পুনৰবাৰ চাবলৈ পাব বুলিব জানিব পাৰি এতিয়া উৎসাহিত হৈ পৰিছে দৰ্শক সকল। অভিনেত্ৰী নেহা ধুপিয়াৰ এক অনুষ্ঠানত উপস্থিত হৈ ছবিখনৰ পৰিচালক ৰোহিট ছেট্টীয়ে “সূৰ্য়বংশী” ত কেটৰিণাই ৰূপায়ন কৰা চৰিত্ৰটিৰ বিষয়েও দৰ্শকক জানিবলৈ দিয়ে। ছবিখনত কেটৰিণাই এগৰাকী ডাক্তৰৰ চৰিত্ৰ ৰূপায়ন কৰিব বুলি কোৱাৰ লগতে তেওঁ অভিনেত্ৰী গৰাকীৰ কিছু কথা দৰ্শকক জানিবলৈ দিয়ে।

"কেটৰিণা এগৰাকী কুইজ মাষ্টাৰ……"- ৰোহিট ছেট্টী 2


ৰোহিট ছেট্টীয়ে কয় যে, “কেটৰিণা এগৰাকী “কুইজ মাষ্টাৰ” সদৃশ। তেওঁ যথেষ্ট প্ৰশ্ন কৰে যেনে ধৰক “এইটো ঠিক আছেনে??”, “এইটো শুদ্ধ হৈছে নে ইত্যাদি?”। গতিকে এটা সময়ত মই এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া বন্ধ কৰি পেলালো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.