যোৱা ২৫ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা “বৰদিন” ৰ শুভেচ্ছা যাঁচি অভিনেত্ৰী আইমীৰ এক ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। প্ৰত্যেকটো উৎসৱতে এই গৰাকী অভিনেত্ৰীয়ে নিজ সন্তানৰ সৈতে লগ-লাগি সন্তানক সেই উৎসৱটোৰ মহত্ব বুজাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা যায়।

কালি হৈ যোৱা এই বৰদিনৰ উৎসৱ টো অভিনেত্ৰী গৰাকীয়ে “বৰদিন” ৰ কাহিনী নিজ সন্তানক শুনাই নিজ বাসগৃহতে সাজিলে “খ্ৰীষ্টমাছ ট্ৰি”। য’ত অভিনেত্ৰী গৰাকীয়ে নিজ হাতে তৈয়াৰ কৰি উলিয়ালে তৰা, বল আদিকে ধৰি বিভিন্ন সামগ্ৰী।

চাওঁক এই ভিডিঅ’-
1 comment