Rupaliparda.com
সাৰা আৰু ইব্ৰাহিমৰ "খ্ৰীষ্টমাছ" ফটোশ্বু্টঃ আকৰ্ষিত দৰ্শক- 1

সাৰা আৰু ইব্ৰাহিমৰ “খ্ৰীষ্টমাছ” ফটোশ্বু্টঃ আকৰ্ষিত দৰ্শক-

বলীউডত বহু প্ৰেমিক যুঁটিৰ কথা শুনিবলৈ পোৱা যায় নাইবা তেওঁলোকৰ বিভিন্ন ফটো চচিয়েল মিডিয়া যোগে ভাইৰেল হোৱাও দেখিবলৈ পোৱা যায়। কিন্তু প্ৰেমিক যুঁটিৰ বাহিৰেও বলীউড ক্ষেত্ৰত কিছুমান ভাতৃ-ভগ্নীৰ যুঁটিও দেখিবলৈ পোৱা যায়; যাৰ প্ৰায় ফটো ভাইৰেল হোৱাৰ উপৰিও দৰ্শকক অনুৰাগীও কৰি তোলে।

সাৰা আৰু ইব্ৰাহিমৰ "খ্ৰীষ্টমাছ" ফটোশ্বু্টঃ আকৰ্ষিত দৰ্শক- 2
https://www.instagram.com/p/B6dm9Rrp5W9/?utm_source=ig_web_copy_link


এনে যুঁটিৰ ভিতৰত প্ৰথমতে নাম ল’ব পাৰি ছেইফ আলি খান আৰু অমৃতা সিং ৰ সন্তান ইব্ৰাহিম আৰু সাৰা আলি খানৰ। এওঁলোকৰ কথা-বতৰা নাইবা এওঁলোকৰ মাজত থকা আন্তৰিকাক প্ৰায় লোকে পচন্দ কৰে। এনে পৰিপ্ৰেক্ষিততে, এওঁলোকৰ “খ্ৰীষ্টমাছ” উপলক্ষে হোৱা এটা ফটোশ্বুটে পুনৰ বাৰ দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform