Rupaliparda.com
সাৰা আৰু ইব্ৰাহিমৰ "খ্ৰীষ্টমাছ" ফটোশ্বু্টঃ আকৰ্ষিত দৰ্শক- 1

সাৰা আৰু ইব্ৰাহিমৰ “খ্ৰীষ্টমাছ” ফটোশ্বু্টঃ আকৰ্ষিত দৰ্শক-

বলীউডত বহু প্ৰেমিক যুঁটিৰ কথা শুনিবলৈ পোৱা যায় নাইবা তেওঁলোকৰ বিভিন্ন ফটো চচিয়েল মিডিয়া যোগে ভাইৰেল হোৱাও দেখিবলৈ পোৱা যায়। কিন্তু প্ৰেমিক যুঁটিৰ বাহিৰেও বলীউড ক্ষেত্ৰত কিছুমান ভাতৃ-ভগ্নীৰ যুঁটিও দেখিবলৈ পোৱা যায়; যাৰ প্ৰায় ফটো ভাইৰেল হোৱাৰ উপৰিও দৰ্শকক অনুৰাগীও কৰি তোলে।

সাৰা আৰু ইব্ৰাহিমৰ "খ্ৰীষ্টমাছ" ফটোশ্বু্টঃ আকৰ্ষিত দৰ্শক- 2
https://www.instagram.com/p/B6dm9Rrp5W9/?utm_source=ig_web_copy_link


এনে যুঁটিৰ ভিতৰত প্ৰথমতে নাম ল’ব পাৰি ছেইফ আলি খান আৰু অমৃতা সিং ৰ সন্তান ইব্ৰাহিম আৰু সাৰা আলি খানৰ। এওঁলোকৰ কথা-বতৰা নাইবা এওঁলোকৰ মাজত থকা আন্তৰিকাক প্ৰায় লোকে পচন্দ কৰে। এনে পৰিপ্ৰেক্ষিততে, এওঁলোকৰ “খ্ৰীষ্টমাছ” উপলক্ষে হোৱা এটা ফটোশ্বুটে পুনৰ বাৰ দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ।

Add comment

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.