Rupaliparda.com

হেম চন্দ্ৰ বৰাৰ নতুন চিনেমা: “সংকল্প”ৰ পাছত “এয়েতো জীৱন” –উৎপল মেনা

“সংকল্প” –এখন অসমীয়া চিনেমা।“শিল্পীৰ পৃথিৱী” –এখন অসমীয়া আলোচনী।দুটা মাধ্যমৰ, এই দুটা “কাম”ৰ বাবে জানিছিলোঁ হেম চন্দ্ৰ বৰাক। দুটা পৰিপাটি কাম, মন চুই যোৱা কাম। হেম চন্দ্ৰ বৰা “সংকল্প”ৰ...

এক অধ্যায় : যতীন বৰা

যতীন বৰাৰ ধাৰাবাহিক ” দেউতা ” , ” নামঘৰীয়া ” , ” এই চহৰতে ” , “প্ৰতিঘাত ” , ” বিৰিণা পাতৰ আঙঠি ” , ” নীলকণ্ঠ ” , ” নিশাৰ চকুলো ” আদিৰ বুনিয়াদত নিৰ্মাণ হৈছিল অসমীয়া...

“মই মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ আৰু যুৱ প্ৰজন্মক সঠিক পথ দেখুৱাব পৰা প্ৰকল্পৰ সৈতে জড়িত হ’ব খোজো”- অৰ্পিতা শৰ্মা

আমাৰ যান্ত্ৰিকতাৰ জীৱনবোৰত সদায়েই ২ মিনিট এটাৰ বাবে হ’লেও হাঁহিবলৈ বিচাৰো অথবা আমোদ বিচাৰো। নহয়নে? অইন নহ’লেও, নৱপ্ৰজন্মৰ একাংশই শেহতীয়াকৈ এইক্ষেত্ৰত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰায়ে তেওঁলোকে আমাক হাঁহিবলৈ শিকায় অথবা...

History of Assamese Cinema

History The origin of Assamese Cinema can be traced back to the dreams and imagination of a revolutionary visionary Rupkonwar Jyotiprasad Agarwala, who was also a distinguished poet, playwright, composer and freedom fighter. He was instrumental in...

সন্ত্ৰাসবাদৰ নিৰ্মম কাহিনীৰে “বান্ধোন”-

২৬/১১/২০০৮ মুম্বাইত হোৱা সন্ত্ৰাসবাদ আক্ৰমণৰ পটভূমিত নিৰ্মিত; জাহ্নু বৰুৱাৰ পৰিচালনা আৰু অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ (বিত্ত আৰু উন্নয়ন) প্ৰযোজনাৰে ২০১২ চনত ২৬ অক্টোবৰত মুক্তিপ্ৰাপ্ত এখন বোলছবি “বান্ধোন” ( Waves of Silence) । ৯৬ মিনিট...

Past Posts

ৰাষ্ট্ৰপতিৰ পদক প্ৰাপ্ত প্ৰথম অসমীয়া ছবিঃ

ৰাষ্ট্ৰপতিৰ পদক প্ৰাপ্ত প্ৰথম অসমীয়া ছবিঃ

১৯৫৮ জানুৱাৰী মাহত মুক্তিপ্ৰাপ্ত “ৰঙা পুলিচ” প্ৰথমখন অসমীয়া ছবি যিয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। যোৰহাটত গঢ় লৈ উঠা “মিলিত শিল্পী সমাজ” নামৰ এটা সাংস্কৃতিক অনুষ্ঠানে ৰমেশ শৰ্মাই ৰচনা কৰা...

স্মৃতি টোপোলাৰ পৰা “গঙা চিলনীৰ পাখি”-

লক্ষ্মীনন্দন বৰুৱাৰ “গঙা চিলনীৰ পাখি” নামৰ উপন্যাস খনৰ ওপৰত আধাৰিত; ১৯৭৬ খনত মুক্তি লাভ কৰিছিল “গঙা চিলনীৰ পাখি” নামে ছবিখন। পদুম বৰুৱাৰ কাহিনী আৰু পৰিচালনাৰে মুক্তিপ্ৰাপ্ত এই ছবিখন এখন পিছপৰা...

“অসম দেশৰ বাগিচা” শীৰ্ষক জনপ্ৰিয় গীতটিৰ ছবিখনঃ

“চম্পা নহয় মোৰে নাম চামেলী” শীৰ্ষক গীতটি প্ৰত্যকজন অসমীয়াই শুনিছে বা গুনগুনাইছে বুলিলেও অতিৰঞ্জিত নহ’ব। নিৰোদ চৌধুৰীৰ এটি চুটিগল্পৰ আধাৰত নিৰ্মিত কৰা উক্ত গীতটি অন্তৰ্ভূক্ত ছবিখন হৈছে “চামেলী...

স্মৃতিৰ দলিচাৰ পৰা বুটলি- “ইন্দ্ৰমালতী”-

অসমীয়া বোলছবি জগতৰ এখন আপুৰুগীয়া ছবি। জ্যোতিপ্ৰসাদৰ পৰিচালনা তথা প্ৰযোজনাৰ দ্বিতীয়খন অসমীয়া বোলছবি “ইন্দ্ৰমালতী”। বহুতেই কয় যে, জয়মতীত হোৱা লোকচানৰ বান্ধ মাৰিবলৈ এই ছবিখন প্ৰস্তুত কৰা হৈছিল। আছলতে...

ধনাত্মক বাৰ্তাৰে “ছিৰাজ” (১৯৮৮)

ড° ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত ১৯৮৮ চনত মুক্তিপ্ৰাপ্ত চিনেমা “ছিৰাজে” তাহানিৰ দিনৰ পৰা বৰ্তমান পৰ্যন্ত দৰ্শকৰ সমাদৰ লাভ কৰি আহিছে। ৰমন.বি.মেহতাৰ দ্বাৰা প্ৰযোজিত চিনেমাখনৰ গীতত বলীউড অথবা সমগ্ৰ বিশ্বতে...

The Ultimate Managed Hosting Platform