Rupaliparda.com
নৃত্যশিল্পী হেমন্ত দাসৰ মৃত্যুঃ শোকাহত মনোৰঞ্জন জগত- 1

নৃত্যশিল্পী হেমন্ত দাসৰ মৃত্যুঃ শোকাহত মনোৰঞ্জন জগত-

ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ সমান্তৰালকৈ যেন দেশত প্ৰতিদিনেই কোনো নহয় কোনো খবৰে জনসাধাৰণৰ মনত দুখ দিছে। একোজন সুদক্ষ শিল্পীৰ অকাল মৃত্যুয়ে শোকাহত কৰিছে মনোৰঞ্জন জগতৰ সৈতে জড়িত প্ৰত্যেকজন শিল্পীৰ লগতে সৰ্বসাধাৰণ ৰাইজকো। ২০২০ চনটো সোনকাল পাৰ হোৱাৰ বাবে এতিয়া প্ৰত্যেকেই আশা কৰিছে; বছৰটোৰ আৰম্ভণিৰ পৰাই যেন বেয়া খবৰৰ সোঁত বৈছে। চলিত বৰ্ষটোতেই ইজনৰ পিছত সিজন শিল্পীৰ মৃত্যু হৈছে; বলীউডৰ সমান্তৰালকৈ এতিয়া অসমীয়া মনোৰঞ্জন জগতখনো শোকস্তব্ধ হৈ পৰিছে এগৰাকী নৃত্যশিল্পীৰ অকাল মৃত্যুত।

নৃত্যশিল্পী হেমন্ত দাসৰ মৃত্যুঃ শোকাহত মনোৰঞ্জন জগত- 2

হেমন্ত দাসৰ মৃত্যুৰ বাতৰি শুনাৰ পিছতে চচিয়েল মিডিয়াত গৰিমা শইকীয়া গাৰ্গকে আৰম্ভ কৰি ঋতৃষা শৰ্মা তথা বিভিন্ন জন অইন কন্ঠশিল্পীয়ে একোটা পোষ্টৰ জৰিয়তে নৃত্যশিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিন গাৰ্গৰ তাহানিৰ গীত “শদিয়া” লগতে ঋতৃষা শৰ্মাৰ গীত “জুনুকা” ক আৰু অধিক জীৱন্ত কৰি তোলা হেমন্ত দাসৰ মৃত্যুত শোকাহত হোৱা শিল্পী, কলা-কুশলীৰ পোষ্টসমূহ চাওঁচোন আহকঃ

নৃত্যশিল্পী হেমন্ত দাসৰ মৃত্যুঃ শোকাহত মনোৰঞ্জন জগত- 3

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.