Rupaliparda.com
চাৰিওফালে গণতন্ত্ৰ দিৱস উছাহ-উদ্দীপনাঃ চিলেব্ৰেটীও জনালে শুভকামনা- 1

চাৰিওফালে গণতন্ত্ৰ দিৱস উছাহ-উদ্দীপনাঃ চিলেব্ৰেটীও জনালে শুভকামনা-

৭২ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিছে এতিয়া প্ৰত্যেকেই। দেশৰ বিভিন্ন প্ৰান্তত গণতন্ত্ৰৰ উছাহ-উল্লাহত মছগুল এতিয়া প্ৰত্যেকজন ভাৰতীয়। কোনোৱে যদি জাতীয় পতাকা উত্তোলন কৰিছে; আকৌ কোনোৱে জাতীয় পতাকা নিজ বাসগৃহ অথবা নিজ গাড়ী-মটৰত উলমাই একোজন ভাৰতীয় হিচাপে গৌৰৱবোধ কৰিছে। সাধাৰণজনে গণতন্ত্ৰ শুভকামনা জনোৱাৰ দৰেই চিলেব্ৰেটী সমূহেও নিজ নিজ ফালৰ পৰা সকলোকে গণতন্ত্ৰ দিৱসৰ শুভকামনা যাঁচে। চচিয়েল মিডিয়া যোগে বিভিন্ন পোষ্ট কৰি ইজনে আনজনক উক্ত দিৱসৰ শুভকামনা যঁচা দেখিবলৈ পোৱা যায়। চাওঁক এই পোষ্ট সমূহঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.