Rupaliparda.com

কাল্পনিকতাৰে প্ৰস্তুত হৈও জনপ্ৰিয় “হেৰী পটাৰ” ৰ জন্মদাতাৰ জন্মদিনঃ

৪৫ কোটি বিক্ৰীৰে সৈতে ৬৮ টা ভাষাত অনুবাদিত কিতাপ “হেৰী প’টৰ” ৰ জন্মদাতা জে.কে.ৰলিঙৰ আজি জন্মদিন। প্ৰথমতে ১২ প্ৰকাশকে চপাবলৈ অমান্য কৰা এই কিতাপখনৰ বাবে আইডিয়া আহিছিল এটা ট্ৰেইনৰ যাত্ৰাত। ১৯৯০ চনত লংডন গৈ থকা অৱস্থাত জে.কে.ৰলিঙে কিতাপখন লিখা কথা ভাবিছিল।

কাল্পনিকতাৰে প্ৰস্তুত হৈও জনপ্ৰিয় "হেৰী পটাৰ" ৰ জন্মদাতাৰ জন্মদিনঃ 1
কাল্পনিকতাৰে প্ৰস্তুত হৈও জনপ্ৰিয় "হেৰী পটাৰ" ৰ জন্মদাতাৰ জন্মদিনঃ 2
কাল্পনিকতাৰে প্ৰস্তুত হৈও জনপ্ৰিয় "হেৰী পটাৰ" ৰ জন্মদাতাৰ জন্মদিনঃ 3


উল্লেখ্য যে, জে.কে ৰলিং আৰু হেৰী পটাৰৰ জন্মদিন একেটা দিনতেই। ১৯৯৭ চনত উক্ত কিতাপখন চপা হোৱা পিছত ২০১০ চনত তেওঁক ব্ৰিটেইনৰ সকলোতকৈ প্ৰভাৱশালী মহিলাৰ আখ্যা দিয়া হ’ল। তেওঁৰ সম্পত্তি কমেও প্ৰায় ৯৬ ডলাৰ কোটি আছিল।হেৰী পটাৰ কিতাপ খনৰ পৰা নিজৰ এক সুকীয়া চিনাকী প্ৰস্তুত কৰা এই লেখিকা গৰাকীয়ে এই কিতাপখনৰ বাবেই লাভ কৰিছিল কেইবাটাও বঁটা।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.