Rupaliparda.com

৬৬তম ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰঃ অসমেও কঢ়িয়ালে গৌৰৱ-

৬৬ তম ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ সমূহ ইতিমধ্যে দিল্লীত ঘোষণা কৰা হৈছে। প্ৰত্যেক বছৰেই এপ্ৰিল মাহত এই পুৰস্কাৰ সমূহ ঘোষণা কৰা হয় যদিও চলিত বৰ্ষত লোকসভা নিৰ্বাচন থকা বাবেই ইয়াক কিছুদিন পিছুৱাই নিয়া হৈছিল। জানিব পৰা মতে, এই ৰাষ্ট্ৰীয় পুৰস্কাৰ সমূহত ৩১ খন ফিল্ম আৰু ২৩ খন নন্ ফিছৰ ফিল্ম কেটেগৰীত পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালনা, শ্ৰেষ্ঠ প্ৰযোজনাকে ধৰি শ্ৰেষ্ঠ সংগীত, গায়কৰ বিবেচনা কৰি বঁটা প্ৰদান কৰা হয়।

৬৬তম ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰঃ অসমেও কঢ়িয়ালে গৌৰৱ- 1
৬৬তম ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰঃ অসমেও কঢ়িয়ালে গৌৰৱ- 2


আহকচোন চাওঁ এইবাৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰত কোনে কোনে নিজৰ নাম সাব্যস্ত কৰিলে-

৬৬তম ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰঃ অসমেও কঢ়িয়ালে গৌৰৱ- 3

বেষ্ট হিন্দী ফিল্ম- অন্ধাধুন

বেষ্ট এক্টৰঃ বিকী কৌশল (উৰি)
ঃআয়ুসমান খুৰান (অন্ধাধুন)

বেষ্ট এক্ট্ৰেৰ্সঃ কীৰ্তি সুৰেশ ( মহানতী, তেলেগু)

বেষ্ট চাপৰ্টিং এক্টৰঃ শিৱানন্দ কিৰকিৰে (চুম্বক)

বেষ্ট চাপৰ্টিং এক্ট্ৰেসঃ সুৰেখা সীকৰি (বধাই হ’)

বেষ্ট পপুলাৰ ফিল্মঃ বধাই হ’

চচিয়েল ইশ্যূ বেষ্টড বেষ্ট ফিল্মঃ পেডমেন

বেষ্ট মেল প্লে’ ৱেক চিংগৰঃ অৰিজিৎ সিং (পদ্মাৱত)

বেষ্ট ছংঃ বিঁতে দিল (পদ্মাৱত)

বেষ্ট ছাউণ্ড ডিজাইনাৰঃ বিশ্বদীপ দীপক (উৰি)

বেষ্ট মিউজিক ডাইৰেক্টৰঃ সঞ্জয় লীলা ভাঞ্চালী ( পদ্মাৱত)

বেষ্ট স্পেচিয়েল ইফিক্টেচঃ কে.জি.এ আৰু আউ

বেষ্ট কৰিঅ’গ্ৰাফাৰঃ ক্ৰুতি মহেশ মিঘা ( পদ্মাৱত, ঘুমৰ গানটোৰ বাবে)

মষ্ট ফিল্ম ফ্ৰেণ্ডলী ষ্টেটঃ উত্তৰাখণ্ড

বেষ্ট ফিল্ম ক্ৰিটিকঃ ব্লে জানী আৰু অনন্ত বিজয়

বেষ্ট ফিমেল প্লে’ ৱেক চিংগাৰঃ বিন্দু মালিনী

কন্নড় ফিল্মঃ নিতিচাৰামী

বেষ্ট ডাইৰেকচনঃ আদিত্য ধৰ (উৰি)

বেষ্ট ডেবিউ ডাইৰেক্টৰঃ সুধাকৰ ৰেড্ডী য়ংকনী ( নাল, মাৰাঠী)

বেষ্ট লিৰিক্সঃ নাথীচৰামী (কন্নড়)

বেষ্ট বেকগ্ৰাউণ্ড মিউজিকঃ সাস্বত সচদেৱা

বেষ্ট ডায়লগঃ তাৰিখ ( বাংলা)

বেষ্ট কষ্টিউম ডিজাইনাৰঃ ইন্দ্ৰাক্ষী পটনায়ক, গৌৰাংগ শ্বাহ, অৰ্চনা ৰাওঁ (মহানতী) (তেলেগু)

বেষ্ট এচামিছ ফিল্মঃ বুলবুল কেন ছিং

নন ফিকচন ফিল্ম সমূহৰ পুৰস্কাৰৰ তালিকা-

বেষ্ট নন ফিছৰ ফিল্মঃ চান ৰাইজ এণ্ড ডা চিক্ৰেট অৱ ফ্ৰ’গছ

বেষ্ট ডাইৰেক্টৰঃ আই চাপ্পাথম, গৌতম ৱেজ

বেষ্ট ইডুকেশনেল ফিল্মঃ সৰলাবিৰলা

বেষ্ট স্পৰ্টছ ফিল্মঃ চুইমিং থ্ৰ ডা ডাৰ্কনেছ

বেষ্ট ইনভেচটিগেটিভ ফিল্মঃ আমোলী- জেচমিন কৌৰ আৰু অৱিনাশ ৰায়

বেষ্ট এনভাইৰ’মেণ্ট ফিল্মঃ ডা ৱৰ্ল’ল্ডচ মষ্ট ফেমাছ টাইগাৰ

বেষ্ট প্ৰমোচনেল ফিল্মঃ ৰেডিচকভাৰিং জালাম

বেষ্ট চাইণ্স এণ্ড টেকন’লজি ফিল্মঃ জি.ডি.নাইডুঃ ডা এডিচন অৱ ইণ্ডিয়া

বেষ্ট আৰ্টছ এণ্ড কালচাৰ ফিল্মঃ বাংকাৰ ডা লাষ্ট অৱ ডা ৱাৰানসী উইভাৰচ

বেষ্ট ফিল্ম অন ফেমিলী ভেলিউঃ চলো জিতে হে’

বেষ্ট ফিল্ম অন চচিয়েল ইশ্যূঃ টালা তে কুঞ্জি

বেষ্ট ডেবিউ নন ফিছাৰ ফিল্ম অৱ এ ডাইৰেক্টৰঃ ফেলুডা – ৫০ ইয়েৰ্ছ অৱ ৰে’ চ ডিটেক্টটিভ

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform