Rupaliparda.com

আহি আছে “বিগ বছ-১৩”-

টেলিভিছন পৰ্দাত আমি কেইটামান নিৰ্দ্দিষ্ট শ্ব’ উপভোগ কৰিবলৈ ৰৈ থাকো। নহয়নে?? তাৰ ভিতৰত “বিগ বছ” হৈছে লেখত ল’বলগীয়া। গতিকে, দৰ্শকৰ অপেক্ষাৰ অন্ত পেলাই আকৌ এবাৰ দৰ্শকক মনোৰঞ্জন কৰাবলৈ আহি আছে কালাৰ্ছ টিভি ৰ আটাইতকৈ জনপ্ৰিয় শ্ব’ “বিগ বছ-১৩”।


চলিৰ বৰ্ষৰ ২৯ ছেপ্তেম্বৰ পৰা শ্ব’ টি অনএয়াৰ হ’ব। ছলমান খানে উক্ত শ্ব’টিৰ প্ৰথমটো প্ৰমো শ্বুট কৰে মুম্বাইৰ ফিল্ম চিটিত। কালাৰ্ছ চেনেলে তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজত ছলমানৰ প্ৰমোৰ এখন ফটো শ্বেয়াৰ কৰে।

আহি আছে "বিগ বছ-১৩"- 1
আহি আছে "বিগ বছ-১৩"- 2


জানিব পৰা গৈছে যে, উক্ত প্ৰম’ টিত ছলমান খানৰ সৈতে নাগিন-৩ মূখ্য চৰিত্ৰত থকা সুৰভী জ্যোতিক দেখিবলৈ পোৱা যাব। য’ত ছলমানে জগিং কৰি থকা সময়ত সুৰভিৰ সৈতে কথাৰ আদান-প্ৰদান কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.