একটিঙেৰে দৰ্শকৰ হৃদয় জিনা আলিয়া ভাটক এইবাৰ দেখিবলৈ পাব মিউজিক ভিডিঅ’ত। অভিনেত্ৰী গৰাকীৰ প্ৰথমটো মিউজিক ভিডিঅ’ “প্ৰাডা” ই ইতিমধ্যে মুক্তি লাভ কৰিছে। ৩ মিনিটৰ উক্ত ভিডিঅ’টিত দূৰৱীনৰ (ডা দূূৰৱীন) সৈতে আলিয়াৰ যুঁটিক দৰ্শকে সাংঘাতিক পচন্দ কৰিছে। ৬৮ হাজাৰৰো অধিক দৰ্শকে গানটি উপভোগ কৰিছে। উল্লেখ্য যে, উক্ত গীতটিত কণ্ঠদান কৰিছে দূৰৱীন আৰু শ্ৰেয়া শৰ্মাই। চাওঁ আহক মিউজিক ভিডিঅ’টিৰ সৈতে দৰ্শকৰ কিছু ৰিভিউ-
You may also like
Heartfelt Bombshell: Aamir Khan’s Secret-Style Wedding With Gauri Sparks Joy!
In a move that’s sending shockwaves through the glitzy corridors of Bollywood, the one and only Aamir Khan is set to tie the knot for the third time! Word on the street, courtesy of Hauterrfly, is that our beloved Mr...
Unleashed Chaos: Bandar Trailer Delivers a Power-Packed, Thrilling Punch!
Lights, camera, action! Just when you thought you had seen it all, the makers of Bandar have thrown everyone into a whirlwind with its explosive teaser, leaving fans buzzing with excitement. Now, the much-anticipated...
|| কৃষ খত্ৰী : ডিগবৈৰ মাটিৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰিচয়লৈ || –উৎপল মেনা
কৃষ খত্ৰী আহিছিল, চিনাকী হৈছিল, কথা পাতিছিল। নিঃশব্দে, কোনো প্ৰচাৰ-প্ৰচাৰৰ বাহুল্য নোহোৱাকৈ, আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ গঢ়ি তুলিছিল ডিগবৈৰ ৰবীন্দ্ৰ কুমাৰ সোণাৰে। –হয়, প্ৰকৃত নাম ৰবীন্দ্ৰ কুমাৰ সোণাৰ। সৃষ্টিশীল জগতত...
|| সুমন স্মৰণ || –উৎপল মেনা
“জীৱন ঘড়ীৰ প্ৰতিটো পল…”, “আকাশৰে নীলাই…”, “সপোনত শুনো মধুৰ আবেশ…’, “অ’ নয়নমণি…”— অসমীয়া গীতৰ ইতিহাসৰ এই জনপ্ৰিয় গীতসমূহ শুনিলে আজিও বহু শ্ৰোতাৰ মনত...
৭ জুনত মুক্তি লাভ কৰিলে ‘পাখি লগা মনে’
গুৱাহাটী, ৭ জুন: প্ৰেম, বিচ্ছেদ আৰু পুনৰ্মিলনৰ অনুভূতিৰে ভৰা নতুন ৰোমাণ্টিক মিউজিক ভিডিঅ’ ‘পাখি লগা মনে’ ৭ জুনত মুক্তি লাভ কৰে। ৯০ দশকৰ বলিউডী প্ৰেমৰ সোৱাদেৰে সমৃদ্ধ এই গীতটোৱে দৰ্শকক এক অনন্য আৱেগিক সোৱাদ দিব। মিউজিক...
JP Das: The Incomparable Maestro of Melodies–By Prantik Deka
An Interview with Renowned Music Director, Composer, Vocalist JP Das In the dynamic landscape of Assamese music, the name JP Das, whose full name is Jyoti Prakash Das and affectionately called ‘JP Da’, holds great...







Add comment