Rupaliparda.com

ৰাখীৰ বৈবাহিক জীৱনত লাগিল কলা দাগঃ দীপক কলালে শুনাকে কটু বাক্য-

বিবাহ তথা বৈবাহিক সাঁজযোৰে ৰাখী সাৱন্তক কেইবাদিনো ধৰি মিডিয়াৰ হেডলাইনত ৰাখিছিল। NRI বিজনেছমেনৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ খবৰ ওলোৱাৰ পিছতেই ৰাখীৰ স্বামীক চাবলৈ দৰ্শকৰো উৎস্যুকতাৰ অন্ত নোহোৱা হৈছে।

ৰাখীৰ বৈবাহিক জীৱনত লাগিল কলা দাগঃ দীপক কলালে শুনাকে কটু বাক্য- 1
ৰাখীৰ বৈবাহিক জীৱনত লাগিল কলা দাগঃ দীপক কলালে শুনাকে কটু বাক্য- 2


এনে সময়তে, ৰাখীৰ বিবাহক লৈ খঙত জ্বলি পুৰি উঠিছে এজন লোক। খঙত তেওঁ ৰাখীক কটু বাক্য শুনোৱাৰ লগতে ৰাখীক উদ্দেশ্যি ভিডিঅ’ এটি ইনষ্টাগ্ৰাম একাউণ্টতটো আপলোড কৰে।

ৰাখীৰ বৈবাহিক জীৱনত লাগিল কলা দাগঃ দীপক কলালে শুনাকে কটু বাক্য- 3


ৰাখী সাৱন্তে বিয়াত বহিম বুলি কথা দিয়া পিছতো তেওঁৰ সৈতে বিয়া নোহোৱাত ক্ষোভিত হৈ পৰে দীপক কলাল। তেওঁ ভিডিঅ’টোত কয় যে, ৰাখী সাৱন্তে তেওঁৰ সৈতে বিবাহত বহিম বুলি প্ৰতিশ্ৰুতি দি প্ৰায় ৪ কোটি টকা লৈছিল।

Add comment

Leave a Reply