স্বাধীনতা দিৱসৰ লগতে সমগ্ৰ ভাৰতবৰ্ষই উদযাপন কৰিছে ভাতৃ-ভগ্নীৰ এক পবিত্ৰ উৎসৱ; ৰাখী বন্ধন। সাধাৰণজনৰ লগতে বি-টাউনৰ তাৰকা সকলৰ মাজতো “ৰাখী বন্ধন” ক লৈ দেখা গ’ল এক পাৰ ভঙা উছাহ। ৰাতিপুৱাৰে পৰা আৰম্ভ কৰি তেওঁলোকে নিজৰ চচিয়েল মিডিয়াত আপলোড কৰিছে কেইবাখনো ফটো। চাওঁচোন আহক-
You may also like
মিঠুন চক্ৰৱৰ্তী অসুস্থ | ধাতুৰ প্লেট আঁতৰোৱাৰ বাবে অস্ত্ৰোপচাৰ
শেহতীয়াকৈ মিঠুন চক্ৰৱৰ্তীৰ অসুস্থতাৰ খবৰে তেওঁৰ অগণন অনুৰাগীৰ মাজত স্বাভাৱিকভাৱে উদ্বেগৰ সৃষ্টি কৰিছে। প্ৰকাশিত বাতৰি অনুসৰি, কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয় আৰু সোঁহাতত এটা সৰু অস্ত্ৰোপচাৰ কৰা হয়।...
Dr. Arun Sarma’s Anupam Andhar to be performed at Surjya on May 23 and 24 –Prantik Deka
Legendary dramatist, and recipient of both the Sahitya Akademi and Sangeet Natak Akademi awards, Dr. Arun Sarma is recognised as a pioneer of Assamese Absurd Theatre. He played a crucial role in the development of...
যতীন বৰা | আকৌ ভ্ৰাম্যমাণ মঞ্চত
২০২৭–২৮ নাট্যবৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ অভিনয় কৰিব যতীন বৰাই। —এইবাৰ ইতিহাস থিয়েটাৰত। খবৰটো শুনিবলৈ হয়তো সাধাৰণ; এগৰাকী জনপ্ৰিয় অভিনেতাই নতুন নাট্যবৰ্ষত এখন ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত অভিনয় কৰিব। কিন্তু যতীন বৰাৰ...
Unleashed Rage: Karisma Kapoor’s Brown Delivers a Dark, Thrilling Comeback
Karisma Kapoor’s Brown: A Bold Return That Dives Straight Into the Dark In a movie world that often prefers polish over pain, Karisma Kapoor is stepping back into the spotlight with something far more intense. Her...
Alpha Box Office Buzz: Alia Bhatt’s Spy Thriller Surges Past Rs 85 Crore-A Must-Watch Blockbuster!
Alpha: The Spy Thriller That’s Keeping Audiences on the Edge of Their Seats As the lights dim and the screen flickers to life, audiences across India are diving headfirst into the high-octane world of Alpha, the latest...
সুলক্ষণা বৰুৱা | Ohh My Dog | বলিউডত আৰু এগৰাকী অসমীয়া
“কিছুমান সপোন এৰাতিৰ ভিতৰতে বাস্তৱ নহয়; সেইবোৰ বিশ্বাস, অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু ঈশ্বৰৰ সময়ৰ ওপৰত অটল আস্থাৰে বছৰৰ পিছত বছৰ গঢ়ি উঠে।” –এই বাক্য কেইটাৰে আৰম্ভ হোৱা সুলক্ষণা বৰুৱাৰ সামাজিক মাধ্যমৰ...







Add comment