প্ৰথমটো দৃশ্যৰ পৰাই দৰ্শকক আমোদ প্ৰদান কৰিবলৈ সক্ষম হোৱা ছবি “মিছন মংগল”-এ বাৰুকৈয়ে দৰ্শকক আকৰ্ষণ কৰিলে। ভাৰতে মংগল গ্ৰহ পাবলৈ কৰা কষ্ট, সংগ্ৰাম, পৰিশ্ৰম আদিৰ সেই সঁচা কাহিনীভাগক ছবি আকাৰে নিৰ্মাণ কৰা হৈছে। ছবিখনে প্ৰথম দিনাই দৰ্শকৰ পৰা পাবলৈ সক্ষম হৈছে অভূতপূৰ্ব সঁহাৰি; চচিয়েল মিডিয়া ভৰি পৰিছে ছবিখনৰ প্ৰশংসাৰে সৈতে। চাওঁচোন আহক আৰু লগতে আপোনালোকে আমাক জনাবলৈ নাপাহৰিব “মিছন মংগল” চাই কেনেকুৱা পালে!
You may also like
Not a Hero | ৰীমা দাসৰ চিনেমা | IFFM-2026- লাভ
|উৎপল মেনা মেলবৰ্ণত ৰীমা দাসৰ শেহতীয়া চিনেমি “Not a Hero” -ই Indian Film Festival of Melbourne (IFFM) 2026-ত লাভ কৰিলে শ্ৰেষ্ঠ ইণ্ডি চিনেমা (Best Indie Film)-ৰ বঁটা। –অসমীয়া চিনেমাৰ বাবে...
Powerful Spark! Farah Khan’s Viral YouTube Glam—Diamonds, Drama & Pure Delight
Farah Khan’s YouTube Escapades: Diamonds, Drama, and Dishing Out Deliciousness! In a world where the glimmer of cinema often overshadows genuine talent, Farah Khan-our beloved choreographer and filmmaker...
নানান পাচনিৰ NRC | চিনে-সংবাদ
|উৎপল মেনা অসমীয়া চিনেমাৰ ক্ষেত্ৰ খনলৈ নতুন নতুন নাম আহি আছে। কিন্তু প্ৰতিটো “নতুন নাম”ৰ আঁৰৰ যাত্ৰা একে নহয়। কোনোবাই সহকাৰী পৰিচালক হিচাপে আৰম্ভ কৰে, কোনোবাই তথ্যচিত্ৰ বা স্বল্পদৈৰ্ঘ্যৰ চিনেমাৰ পৰা আহে...
The Grandeur of the River: A New Assamese Film to Release on Friday Celebrating ‘Mahabahu — The Brahmaputra’—Prantik Deka
Ending its wait, the new Assamese film Mahabahu — The Brahmaputra is arriving in theatres on September 11. Produced under the banner of Monarijit Entertainment in association with Louhitya Arts, the film is directed by...
|| মিৰ্চি এক্সেলেন্স এৱাৰ্ডছ নৰ্থ ইষ্ট ২০২৬-ত উৎপল মেনালৈ বিশেষ সন্মান || –অৰূপ আৰ বৰ্মণ
অসমৰ সাংবাদিক, সম্পাদক, চলচ্চিত্ৰ সমালোচক আৰু সাহিত্য-অনুৰাগী উৎপল মেনাক “মিৰ্চি এক্সেলেন্স এৱাৰ্ডছ নৰ্থ ইষ্ট ২০২৬”-ত “মিৰ্চি স্পেচিয়েল এক্সেলেন্স ইন মিডিয়া এণ্ড লিটাৰেৰি কণ্ট্ৰিবিউশ্যন এৱাৰ্ড”...
তাই হেনো পাটমাদৈ | নাট্যচৰ্চা
আজি ৯ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত মঞ্চস্থ হয় অসমৰ অন্যতম অভিনয় শিক্ষা প্রতিষ্ঠান নর্থ ইষ্ট থিয়েটাৰ একাডেমী (নেটা) -ৰ প্ৰযোজনা “তাই হেনো পাটমাদৈ”।...







Add comment