Rupaliparda.com

মনপৰশা কেইটিমান গীতেৰে উদযাপন আনন্দ সামী জন্মদিনঃ

” মুঝক’ ভি টৌ লিফ্ট কৰাদে” শীৰ্ষক গীতটি বাৰু কাৰ কাৰ প্ৰিয়?? প্ৰত্যেকৰে নহয়নে?? এই গীতটিৰ আঁৰৰ ব্যক্তি গৰাকীৰ জন্মদিন। আদনান সামী; যাৰ সংগীত আজিও বহুতৰে প্লে’ লিষ্টত জিলিকি আছে। তেওঁ কেৱলমাত্ৰ ৫ বছৰ বয়সতে পিয়ানো বজাবলৈ শিকিছিল; লগতে ৯ বছৰতে তেওঁ প্ৰথমটো মিউজিক কম্পোজ কৰিছিল। তেওঁৰ ৪৮ সংখ্যক জন্মদিনটোত শুনো আহক তেওঁৰ কণ্ঠৰ কেইটামান গীত-

মনপৰশা কেইটিমান গীতেৰে উদযাপন আনন্দ সামী জন্মদিনঃ 1

১. ২০০০ চনত আশা ভোশলে আৰু আদনান স্বামীয়ে এটা জনপ্ৰিয় গীত “কভী টৌ নজৰ মিলাঅ’

. ২০০২ মুক্তিপ্ৰাপ্ত “সাথিয়া” ছবিখনৰ “আই উৰি উৰি”-

. ২০০২ চনত মুক্তিপ্ৰাপ্ত “তেৰা চেহৰা”

৪. “লাইফ ইন এ মেট্ৰ” ছবিখনৰ পৰা “বাতে কুচ্ছ আনকহি চি”

৫. “মাই নেম ইজ খান” ছবিখনৰ “নুৰ এ খুডা” –

…… আদনান সামীৰ কোনটো গীত আপোনাৰ প্ৰিয়?? কমেণ্ট কৰি আমাক জনাওঁক চোন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform