দেশ স্বাধীনৰ দিনাই যেতিয়া দেশপ্ৰেমৰ সঁচা কাহিনীৰ ওপৰত আধাৰিত এখন ছবিয়ে মুক্তি লাভ কৰে; তেতিয়া তাতকৈ আৰু ভাল লগা কথা কি হ’ব পাৰে। নহয়নে? ২০০৮ চনত দিল্লীৰ এল-১৮ ৱাটলা হাউচত হোৱা এটা এনকাউন্টাৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ছবি “ৱাটলা হাউচ”। চিনেমাখনত বহু কেইটা ৰিয়েল ফুটেজ ব্যৱহাৰ কৰাৰ লগতে জন আব্ৰাহামৰ অভিনয় হৈছে লেখত ল’বলগীয়া। ছবিখনক লৈ দৰ্শকৰ মাজত দেখিবলৈ পোৱা গৈছে এক বিশেষ টান। চচিয়েল মিডিয়াতো লাভ কৰিছে প্ৰশংসা-

Add comment