Rupaliparda.com

সুন্দৰ “ধড়ক গাৰ্ল” এইবাৰ ভূত ৰূপতঃ

“ধড়ক” ছবিৰে দৰ্শকৰ হৃদয় জিনা জান্হৱী কাপুৰে এইবাৰ অভিনেত্ৰী হিচাপে মনোৰঞ্জন নহয়; ভূত হয় খোৱাব ভয়হে। হয়, ঠিকেই শুনিছে। জয়া আখতাৰৰ আহিবলগীয়া ৱেব চিৰিজ “ঘোষ্ট ষ্টৰিজ” ত এইবাৰ দৰ্শকে দেখিবলৈ শ্ৰী দেৱীৰ জীয়ৰী ও “ধড়ক গাৰ্ল” জান্হৱীক।

https://www.instagram.com/p/B0qoknhA0lA/?utm_source=ig_web_copy_link


২০১৩ চনত মুক্তিপ্ৰাপ্ত “বোম্বে টকীজ” ৰ এক অংশ হৈছে “ঘোষ্ট ষ্টৰিজ”। জয়া আখতাৰৰ লগতে উক্ত চিৰিজ খনৰ পৰিচালনা কৰিব কৰণ জহৰ, অনুৰাগ কাশ্যপ তথা দিৱাকৰ বেনাৰ্জীয়েও। “ঘোষ্ট ষ্টৰিজ” ত দৰ্শকে মুঠ চাৰিটা ভিন্ন ভিন্ন ষ্টৰি উপভোগ কৰিবলৈ পাব।

সুন্দৰ "ধড়ক গাৰ্ল" এইবাৰ ভূত ৰূপতঃ 1


বৰ্তমানলৈ মুক্তি তাৰিখ মুকলিলৈ অহা নাই যদিও উক্ত চিৰিজ খনত জান্হৱীক চাবলৈ অনুৰাগীসকলক আগ্ৰহেৰে ৰৈ আছে। উল্লেখ্য যে, চিৰিজ খনত জান্হৱীৰ সৈতে দেখা পোৱা যাব “গঁলী বয়” সুন্দৰ অভিনয় কৰা বিজয় বৰ্মাক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.