Rupaliparda.com
ৰোমান্টিক ভেকেচন আলিয়া-ৰণৱীৰৰ- 1

ৰোমান্টিক ভেকেচন আলিয়া-ৰণৱীৰৰ-

বলীউডৰ কেইটামান ৰিলেশ্বনছিপৰ ভিতৰত বৰ্তমান চৰ্চিত অথবা দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা এটা যুঁটি হৈছে আলিয়া আৰু ৰণবীৰৰ।

https://www.instagram.com/p/B2CH_UylgqY/?utm_source=ig_web_copy_link
ৰোমান্টিক ভেকেচন আলিয়া-ৰণৱীৰৰ- 2


আয়ান মূখাৰ্জীৰ দ্বাৰা পৰিচালিত ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ বাবে ব্যস্ত হৈ আছিল দুই অভিনেতা-অভিনেত্ৰী। কিন্তু ইয়াৰ মাজতে দুয়ো গৰাকী শিল্পীয়ে কটাইছে এতিয়া অকনমান অকলশৰীয়া সময়। ইষ্ট আফ্ৰিকা স্থিত কেন্যাত অকলশৰীয়া সময় কটাইছে তাৰকাদ্বয়ে। নিজ ইনষ্টাগ্ৰাম পেজত কেন্যাৰ প্ৰাকৃতিক পৰিৱেশৰ সৈতে নিজৰ এক সুন্দৰ ফটো আপলোড কৰে আলিয়া ভাটে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.