Rupaliparda.com
নতুন ভিডিঅ' প্ৰস্তুতিত "পূৰ্ণিমা"- 1

নতুন ভিডিঅ’ প্ৰস্তুতিত “পূৰ্ণিমা”-

নতুন মিউজিক ভিডিঅ’ৰ প্ৰস্তুতি চলাইছে বিধাতাৰ পূৰ্ণিমাই। আইমী হৈছে অসমীয়া অভিনেত্ৰী সকলৰ ভিতৰত এনে এগৰাকী যিয়ে নিজক ফিট ৰাখি খুব ভাল পায়। সেইবাবেই হয়তো তেওঁৰ নতুন কামত দৰ্শকৰ সঁহাৰি লাভ কৰে যথেষ্ট।

নতুন ভিডিঅ' প্ৰস্তুতিত "পূৰ্ণিমা"- 2


আইমীৰ এই আহিবলগীয়া ভিডিঅ’টিত কন্ঠদান কৰিছে নীলম নয়নাই লগতে গীতটি কৰিঅ’গ্ৰাফ কৰিছে অসীম গগৈয়ে। গীতটিৰ নাম অথবা কেতিয়া মুক্তি লাভ কৰিব সেই কথা বিতং ভাৱে জনোৱা হোৱা নাই যদিও আইমীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন ফটো আপলোড কৰি গীতটিৰ প্ৰস্তুতিৰ বিষয়ে দৰ্শকক জানিবলৈ দিয়ে।

https://www.instagram.com/p/Bz2N5bNB4dP/?utm_source=ig_web_copy_link


অভিনেত্ৰী গৰাকী বৰ্তমান ৰং চেনেলত প্ৰচাৰিত ধাৰাবাহিক “বিধাতা” ক লৈ ব্যস্ত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.