Rupaliparda.com
৪ টা ভিন্ন লুক লৈ "পেপেটা" ত নৰাঃ 1

৪ টা ভিন্ন লুক লৈ “পেপেটা” ত নৰাঃ

নৰা ফাতেহীৰ নৃত্যৰ অনুৰাগী হৈ পৰিছে এতিয়া বহু লোক। ছবিসমূহৰ এটা গীততেই কৰা নৃত্যৰেই তেওঁ হাজাৰ হাজাৰ জন দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।

https://www.instagram.com/p/B2MFaLQJeu5/?utm_source=ig_web_copy_link
৪ টা ভিন্ন লুক লৈ "পেপেটা" ত নৰাঃ 2
https://www.instagram.com/p/B2N851ipN80/?utm_source=ig_web_copy_link


নৰা ফাতেহীৰ নৃত্যৰ আন এটা মিউজিক ভিডিঅ’ “পেপেটা” ই ইতিমধ্যে মুক্তি লাভ কৰিছে। উল্লেখ্য যে, গীতটিয়ে মুক্তি লাভ কৰা অলপ পিছতেই লাভ কৰে ২৭ লাখতকৈও অধিক দৰ্শক। উক্ত গীতটিত নৰাক ৪ টা ভিন্ন লুকত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform