Rupaliparda.com
ৰাণুৰ "তেৰি মেৰি কাহানী" ৰ টিজাৰ- 1

ৰাণুৰ “তেৰি মেৰি কাহানী” ৰ টিজাৰ-

চচিয়েল মিডিয়াত কিছু দিনৰ পৰা বৃহৎ সংখ্যাত চৰ্চা লাভ কৰি অহা ৰাণুৰ প্ৰথমটো গীত “তেৰি মেৰি কাহানী” ৰ মুক্তি কৰা দিয়া হ’ল টিজাৰ। হিমেশ ৰেচমিয়াৰ ছবি “হেপ্পী হাৰ্ডি এণ্ড হিৰ” ত ৰাণুৱে গীত পৰিৱেশন কৰিছিল।

ৰাণুৰ "তেৰি মেৰি কাহানী" ৰ টিজাৰ- 2


উক্ত গীতটিৰ টিজাৰটোত ৰাণুক এক বেলেগ ৰূপত দেখিবলৈ পোৱা গৈছে। মুক্তিৰ লগে লগে ই ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। “তেৰি মেৰি কাহানী” শীৰ্ষক সম্পূৰ্ণ গীতটি মুক্তি পাব ১১ চেপ্তেম্বৰ তাৰিখে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform