Rupaliparda.com
লেখিকাৰ ৰূপত তাপসিঃ 1

লেখিকাৰ ৰূপত তাপসিঃ

অনুভৱ সিনহা আৰু তাপসি পান্নুক পুনৰবাৰ দেখিবলৈ পোৱা যাব “থপ্পড়” শীৰ্ষক ছবিখনত। নিজ ইনষ্টাগ্ৰাম একাউন্টত কৰা এটি পোষ্টৰ জৰিয়তে অভিনেত্ৰী গৰাকীয়ে দৰ্শকক জানিবলৈ দিয়ে ছবিখনৰ বিষয়ে।

লেখিকাৰ ৰূপত তাপসিঃ 2


পাঞ্জাৱী ভাষাৰ প্ৰথম গৰাকী জনপ্ৰিয় লেখিকা, উপন্যাসিকা লগতে এগৰাকী কবি অমৃতা প্ৰীতমৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব এই ছবিখন।


মহিলাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব বাবেই ছবিখন অহা বছৰ “মহিলা দিৱস” ৰ দিনা মুক্তি দিয়া হ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.