Rupaliparda.com
বিয়াৰ পিছত ষ্টাইল শিকিছিল মীৰাইঃ 1

বিয়াৰ পিছত ষ্টাইল শিকিছিল মীৰাইঃ

বলীউডৰ সফল বিবাহৰ ভিতৰত ছাহিদ কাপুৰৰ আৰু মীৰা ৰাজপুতৰ নাম ল’ব পৰা যায়। বলীউড ক্ষেত্ৰৰ লগত কোনো ফালৰ পৰা জড়িত নহ’লেও মীৰা বৰ্তমান নিজৰ স্বামী ছাহিদ কাপুৰতকৈ ষ্টাইলত কোনো গুণেই কম নহয়।

বিয়াৰ পিছত ষ্টাইল শিকিছিল মীৰাইঃ 2
বিয়াৰ পিছত ষ্টাইল শিকিছিল মীৰাইঃ 3


এক সাক্ষাৎকাৰ যোগে মীৰা ৰাজপুতে ছাহিদৰ সৈতে বিবাহৰ কিছু কথা জনোৱাৰ লগতে নিজৰ ষ্টাইলৰ কথাও ব্যক্ত কৰে। মীৰাই কয় যে, “মই বিয়াৰ পিছতহে ৰিপ জিনছ পিন্ধিবলৈ শিকিছো”।

বিয়াৰ পিছত ষ্টাইল শিকিছিল মীৰাইঃ 4
বিয়াৰ পিছত ষ্টাইল শিকিছিল মীৰাইঃ 5


উল্লেখ্য যে, মীৰাই বিবাহৰ পিছত ষ্টাইল শিকা কথা উল্লেখ কৰিছে যদিও বহু দৰ্শকে ইনষ্টাগ্ৰামত মীৰাক তেওঁৰ ষ্টাইলৰ ওপৰত কমেন্ট কৰা দেখিবলৈ পোৱা যায়। মীৰা নিজৰ চুটি কাপুৰৰ বাবেও বহুবাৰ চৰ্চা লাভ কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.