Rupaliparda.com
"পাৰিজাত" ৰ মুকলি দ্বিতীয়খন পোষ্টাৰ- 1

“পাৰিজাত” ৰ মুকলি দ্বিতীয়খন পোষ্টাৰ-

মুক্তি পালে দীক্ষুৰ আহিবলগীয়া মিউজিক ভিডিঅ’ “পাৰিজাত” ৰ দ্বিতীয়খন পোষ্টাৰ। ৰাজস্থানৰ সুন্দৰ পৰিৱেশৰ মাজত ১৫ দিনৰ বাবে কৰা হ’ব গীতটিৰ শ্বুটিং। দীক্ষুয়ে কন্ঠদান কৰা এই গীতটিৰ পৰিচালনা কৰিছে শুভ্ৰ কাকতিয়ে লগতে ইয়াৰ সংগীত প্ৰযোজক হিচাপে আছে প্ৰণয় দত্ত।

"পাৰিজাত" ৰ মুকলি দ্বিতীয়খন পোষ্টাৰ- 2
https://www.instagram.com/p/B2N6-u3BSa9/?utm_source=ig_web_copy_link


উত্তম কলিতা দ্বাৰা কৰিঅ’গ্ৰাফ কৰা এই গীতটিত প্ৰথম বাৰৰ দেখা পোৱা যাব এখন নতুন মুখ। নতুন মুখ খনৰ নাম হৈছে চুমি বৰা।

Add comment

Leave a Reply