Rupaliparda.com
লাডাখত প্ৰেমিক-চৰাই- 1

লাডাখত প্ৰেমিক-চৰাই-

অসমীয়া ভাষাৰ ধাৰাবাহিকেই হওঁক অথবা মিউজিক ভিডিঅ’; গোপী বহু অৰ্থাৎ দেৱলিনাক চাবলৈ বহু উৎসাহেৰে ৰৈ আছিল অসমীয়া দৰ্শক। অৱশেষত এই অপেক্ষাৰ সাম কাটি মুক্তি পালে ভৃগু কাশ্যপৰ কন্ঠত আৰু দেৱলিনা অভিনীত “ৰামধেনু”। ভিডিঅ’ মুক্তিৰ কেইঘন্টামান পিছতেই ইয়াক চোৱা দৰ্শকৰ সংখ্যা দুই লাখ পাইছেগৈ।

লাডাখত প্ৰেমিক-চৰাই- 2
লাডাখত প্ৰেমিক-চৰাই- 3


ভৃগু লগতে দেৱলিনাক লাডাখত ৰোমান্টিক অনুভূতিৰে সৈতে দেখিবলৈ পোৱা যায়। দেৱলিনাক প্ৰথমবাৰৰ বাবে এনেদৰে দেখিবলৈ পাই উৎসাহী হৈ পৰিছে সমগ্ৰ দৰ্শক। গীতটোত দেৱলিনাই পিন্ধা প্ৰত্যেকযোৰ কাপোৰেই আকৃষ্ট কৰিবলৈ সক্ষম হৈছে দৰ্শকক। ২লাখ ভিউৱাৰচৰ লগতে গীতটিক উদ্দেশ্যি কমেন্টো আহিছে ১৬ হাজাৰতকৈ অধিক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.