Rupaliparda.com
দীপিকা-কেটৰিণাৰ সৈতে লিফ্টত বন্ধ হ'লে কৰীণাই কৰিব কি?? 1

দীপিকা-কেটৰিণাৰ সৈতে লিফ্টত বন্ধ হ’লে কৰীণাই কৰিব কি??

ৰণৱীৰ-কৰীণাৰ মাজত ভাতৃ-ভগ্নীৰ সম্পৰ্ক থাকিলেও তেওঁলোক দুয়োগৰাকীয়ে সদায় ইজনে আনজনক কথাৰ যোগেৰে জোকাই থকা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও কৰীণাই প্ৰায়ে ৰণৱীৰৰ প্ৰেয়সীক উদ্দেশ্যিও বিভিন্ন মন্তব্য কৰা আমি দেখি আহিছো।

দীপিকা-কেটৰিণাৰ সৈতে লিফ্টত বন্ধ হ'লে কৰীণাই কৰিব কি?? 2


গতিকে এনে পৰিপ্ৰেক্ষিততে, অষ্ট্ৰেলিয়াৰ সিডনীত এক অনুষ্ঠানত অতিথি ৰূপে উপস্থিত হোৱা কৰীণা কাপুৰক এক প্ৰশ্ন কৰা হয়। য’ত অভিনেত্ৰী গৰাকীক সোধা হয় যে যদিহে কেতিয়াবা কৰীণা ৰণৱীৰৰ পূৰ্বৰ প্ৰেয়সী দীপিকা তথা কেটৰিণাৰ সৈতে এটা লিফ্টত বন্ধ হৈ যায়; তেতিয়া কৰীণাই কি কৰিব??

দীপিকা-কেটৰিণাৰ সৈতে লিফ্টত বন্ধ হ'লে কৰীণাই কৰিব কি?? 3


এই প্ৰশ্নৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে সামান্য ঘূৰাই উত্তৰ দিয়ে। তেওঁ প্ৰথমতে কয় যে, “যদিহে এনে হয় তেতিয়াহ’লে ৰণৱীৰ সেই লিফ্টটোত থকাটো নিবিচাৰিম”। কিন্তু পিছলৈ তেওঁ পুনৰ কথাটো ঘূৰাই কয় যে, “মই চেষ্টাহে কৰিম যে ৰণৱীৰো সেই লিফ্টটোতেই থাকে”।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.