Rupaliparda.com
"হেটাৰ্ছ" ক উত্তৰ অভিনেতা ৰণৱীৰ সিং ৰঃ কাম কৰাৰ উপদেশ- 1

“হেটাৰ্ছ” ক উত্তৰ অভিনেতা ৰণৱীৰ সিং ৰঃ কাম কৰাৰ উপদেশ-

ৰণৱীৰ সিং বলীউডৰ এনে এগৰাকী অভিনেতা যাৰ এখনৰ পিছত এখন হিট ছবিয়ে বস্ক অফিচত ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ছবিৰ বাহিৰেও অভিনেতা গৰাকী প্ৰায়ে নিজৰ চচিয়েল মিডিয়াৰ একটিভ থকা দেখিবলৈ পোৱা যায়।

"হেটাৰ্ছ" ক উত্তৰ অভিনেতা ৰণৱীৰ সিং ৰঃ কাম কৰাৰ উপদেশ- 2


তেওঁ কেৱল নিজৰ শ্বুটিঙতে নহয়; বহু ঠাইত নিজেই গৈ নিজৰ অনুৰাগীৰ সৈতে ফটো উঠে বা ভিডিঅ’ কৰি আপলোড কৰে। কিছু সময় পূৰ্বে ৰণৱীৰে নিজ চচিয়েল মিডিয়াৰ দ্বাৰা লাইভ হৈ দৰ্শকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল। তেনে সময়তে অভিনেতা গৰাকীয়ে তেওঁক উপলুঙা সূচক মন্তব্য প্ৰদান কৰা কিছু লোকক উত্তৰ দিয়ে।

https://twitter.com/ranveercafe69/status/1192443000011411456


আছলতে, তেওঁৰ লাইভ হোৱা সময়ছোৱাতে তেওঁক বহুতেই বিভিন্ন ধৰণৰ কমেন্ট কৰিছিল যেনেঃ “অই মিউজিক বন্ধ কৰ”, “অই তই হিন্দী নাজান নেকি??” ইত্যাদি। আৰু, ফলস্বৰূপে অৱশেষত অভিনেতা গৰাকীয়ে লোক সমূহক উদ্দেশ্যি কিছু মন্তব্য কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.