Rupaliparda.com
"চেৰেক চেৰেক" ৰ পিছত এইবাৰ দৰ্শকৰ মাজলৈ "বাবৰি বাবৰি"- 1

“চেৰেক চেৰেক” ৰ পিছত এইবাৰ দৰ্শকৰ মাজলৈ “বাবৰি বাবৰি”-

“চেৰেক চেৰেক” শীৰ্ষক গীতটিৰ বহুল সফলতাৰ পিছত এইবাৰ দুই ভগ্নী ৰূপাংকৃতা আৰু অলংকৃতা আগবাঢ়িছে তেওঁলোকৰ আন এটি গীতৰ মুক্তিৰ দিশে। দুয়ো ভগ্নীয়ে ইতিমধ্যে নিজ নিজ ইনষ্টাগ্ৰামৰ দ্বাৰা তেওঁলোকৰ আহিবলগীয়া গীতটিৰ বিভিন্ন ধৰণে আগজাননী দি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

"চেৰেক চেৰেক" ৰ পিছত এইবাৰ দৰ্শকৰ মাজলৈ "বাবৰি বাবৰি"- 2


তেওঁলোকৰ আহিবলগীয়া এই গীতটিৰ নাম হৈছে “বাবৰি বাবৰি”। গীতটিৰ শ্বুটিং শেষ হৈছে আৰু আপোনালোকক জনাওঁ যে গীতটিৰ ভিডিঅ’ ত ৰূপাংকৃতা-অলংকৃতাৰ লগতে অভিনয় কৰিছে অভিনেতা কিশোৰ দাস আৰু নিৰোপম শইকীয়াই।

https://www.instagram.com/p/B37HY58h7yV/?utm_source=ig_web_copy_link


তলত তেওঁলোকৰ পূৰ্বৰ গীত “চেৰেক চেৰেক” ৰ লিংক দি দিয়া হৈছেঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.