Rupaliparda.com

ভূমি পেডনেকাৰলৈ আহিল অনুৰাগীৰ বিয়াৰ প্ৰস্তাৱঃ

ভূমি পেডনেকৰ তেওঁৰ আহিবলগীয়া ছবি “পতী পত্নী ঔৰ ৱো” ৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে। প্ৰচাৰৰ সময়ত অভিনেত্ৰী গৰাকীক প্ৰত্যেকেই এক গ্লেমাৰেচ অভিনেত্ৰী ৰূপত দেখিবলৈ পাব। আছলতে, এইটো বৰ্ষতে মুক্তিপ্ৰাপ্ত ছবি “সোনচিড়িয়া” আৰু সাণ্ড কি আখ” ত ভূমি পেডনেকৰক একেবাৰেই সৰল ৰূপত দেখিবলৈ পোৱা গৈছিল কিন্তু আহিবলগীয়া ছবি “পতি পত্নী ঔৰ ৱো” ত তেওঁক এগৰাকী ষ্টাইলিছ পত্নী ৰূপত দেখিবলৈ পাব দৰ্শকে।

ভূমি পেডনেকাৰলৈ আহিল অনুৰাগীৰ বিয়াৰ প্ৰস্তাৱঃ 1


অভিনেত্ৰী ভূমিয়ে বৰ্তমান প্ৰায়ে চচিয়েল মিডিয়াত কিছু গ্লেমাৰেচ ফটো আপলোড কৰিছে আৰু এনে সময়তে অনুৰাগী এজনে অভিনেত্ৰী গৰাকীলৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। এই বিয়াৰ প্ৰস্তাৱ আৰু প্ৰস্তাৱৰ উত্তৰত অভিনেত্ৰী গৰাকীয়েনো কি উত্তৰ দিলে চাওঁচোন আহকঃ

ভূমি পেডনেকাৰলৈ আহিল অনুৰাগীৰ বিয়াৰ প্ৰস্তাৱঃ 2


উল্লেখ্য যে,অজীজৰ পৰিচালনাত নিৰ্মিত “পতি পত্নী ঔৰ ৱো” ত ভূমি ভূমি পেডনেকৰৰ সৈতে কাৰ্তিক আৰিয়ন তথা অনন্যা পাণ্ডেকো দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.