বিগত কিছু দিন ধৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশতে প্ৰতিবাদ সাবস্ত্য কৰিছে। এইবাৰ মুম্বাইতো এই আইনক কেন্দ্ৰ কৰি প্ৰদৰ্শন কৰা হৈছিল য’ত আগ-ভাগ লোৱা দেখিবলৈ পোৱা গৈছিল কেইবাগৰাকীও বলীউডৰ অভিনেতা-অভিনেত্ৰীক। এইবাৰ উক্ত আইনৰ বিৰোধিতাত নিজ মুখ খুলিছে বলীউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰে।


ইয়াৰ পূৰ্বে “কা” ৰ বিৰোধিতা কৰাৰ ফলত অভিনেত্ৰী পৰিণীতি চোপ্ৰা তথা অভিনেতা সুশান্ত সিঙক ক্ৰমে “বেটী বচাও, বেটী পঢ়াওঁ” ৰ ব্ৰেণ্ড এম্বেচাদৰ আৰু “সাৱধান ইণ্ডিয়া” ৰ পৰা আঁতৰাই দিয়া হয়।
1 comment