কিছু দিন পূৰ্বে মুক্তিপ্ৰাপ্ত দীপিকা পাডুকনৰ আগন্তুক ছবি “ছপাক” ৰ ট্ৰেইলাৰে মুক্তি লাভ কৰিছে; ট্ৰেইলাৰে মুক্তি লাভ কৰা পিছতেই দৰ্শকে দীপিকাৰ অভিনয়ৰ প্ৰশংসা কৰাৰ লগতে অভিনেত্ৰীৰ অভিনয়ৰ অনুৰাগীও হয় পৰে।


উক্ত ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ সময়ত দীপিকা পাডুকনে আৱেগিক হৈ চকুপানী টুকা এটা ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। পুনৰ বাৰ দীপিকাৰ আন এক ভিডিঅ’ই খলকনি লগাইছে চচিয়েল মিডিয়াত। মুম্বাই এয়াৰপৰ্টত যেতিয়া দীপিকা নিজৰ টীমৰ সৈতে গৈ আছিল তেতিয়া তেওঁক ফটোগ্ৰাফাৰ এজনে “দীপু জি” বুলি মাতে তেতিয়া অভিনেত্ৰী গৰাকীয়ে ওলোটাই ফটোগ্ৰাফাৰ জনক কি ক’লে চাওঁক এই ভিডিঅ’-
Add comment