Rupaliparda.com
"তুমি আহিলে" ৰ সফল যাত্ৰাঃ এক মিলিয়নৰো অধিক ভিউৱাৰচ- 1

“তুমি আহিলে” ৰ সফল যাত্ৰাঃ এক মিলিয়নৰো অধিক ভিউৱাৰচ-

বিগত ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তিপ্ৰাপ্ত এটি ৰোমাণ্টিক গীতে বৰ্তমানেও দৰ্শকক উৎসাহিত কৰি ৰাখিছে। কন্ঠশিল্পী দীপলিনা ডেকাৰ “তুমি আহিলে” শীৰ্ষক গীতটিয়ে এনে এজাক প্ৰেমৰ বতাহ বোঁৱাইছিল; যি জাক এতিয়াও শ্ৰোতাৰ মন-গহ্বৰ সোমাই আছে।

"তুমি আহিলে" ৰ সফল যাত্ৰাঃ এক মিলিয়নৰো অধিক ভিউৱাৰচ- 2


উক্ত গীতটিয়ে মুক্তি লাভ কৰা যোৱা তিনিটা সপ্তাহতেই প্ৰায় এক মিলিয়নৰো অধিক ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈছে। “তুমি আহিলে” গীতটি লিখিছে আশ্ৰৱিকে লগতে ইয়াত সংগীত দিছে ত্ৰিয়ন মহন্তই। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে দীপজ্যোতি মহন্ত আৰু দীপলিনাই লগতে গীতটিৰ ভিডিঅ’ পৰিচালনা তিৰাপ সীমান্ত মেধিৰ। আকৌ এবাৰ উপভোগ কৰক এই গীতটিঃ

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.