Rupaliparda.com
নতুন বছৰত জুবিন গাৰ্গে ক'লে "কি নতুন হ'ব?"- 1

নতুন বছৰত জুবিন গাৰ্গে ক’লে “কি নতুন হ’ব?”-

নৱবৰ্ষৰ প্ৰথমটো দিনতেই জুবিন গাৰ্গৰ এক লেখাই খলকনি লগাইছে চচিয়েল মিডিয়া ও পঢ়ু্ৱৈ সমূহৰ মাজত। বিগত কেইবাদিনো ধৰি ” কা” বিৰোধী আন্দোলনত আগ-ভাগ লৈ আহিছিল জুবিন গাৰ্গ। লগতে, কন্ঠশিল্পী গৰাকীয়ে চৰকাৰকো জনসাধাৰণৰ প্ৰতিনিধি হিচাপে বহু ক্ষেত্ৰত আহ্বান কৰা দেখিবলৈ পোৱা গৈছিল।

নতুন বছৰত জুবিন গাৰ্গে ক'লে "কি নতুন হ'ব?"- 2
নতুন বছৰত জুবিন গাৰ্গে ক'লে "কি নতুন হ'ব?"- 3
নতুন বছৰত জুবিন গাৰ্গে ক'লে "কি নতুন হ'ব?"- 4


“আমাৰ অসম” বাতৰি কাকত খনত “কি নতুন হ’ব??” শিৰোনামাৰে জুবিন গাৰ্গে নিজৰ মনোভাৱ ব্যক্ত কৰে। নিজৰ বিপ্লৱী গীতেৰে সমাজক একত্ৰিত কৰা এই গৰাকী শিল্পীয়ে প্ৰায়ে কিছু ব্যতিক্ৰমী চিন্তাৰে আগবঢ়া দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.