Rupaliparda.com
ভাতৃ শ্বাহিদৰ গৃহলৈ যাবলৈ ইশ্বানে পালন কৰে কেত বোৰ নিয়মঃ 1

ভাতৃ শ্বাহিদৰ গৃহলৈ যাবলৈ ইশ্বানে পালন কৰে কেত বোৰ নিয়মঃ

কৰণ জহৰৰ “ধড়ক” ছবিৰ দ্বাৰা নিজ কেৰিয়াৰ আৰম্ভ কৰা ইশান খট্টৰে নিজ ভাতৃ শ্বাহিদ কাপুৰৰ ঘৰলৈ যাবলৈ নিয়ম কিছুমান পালন কৰিবলগীয়া হয়। বৰ্তমান “খালী পীলী” ৰ শ্বুটিঙত ব্যস্ত হৈ থকা ইশান খট্টৰক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ এই কথা ব্যক্ত কৰে।

ভাতৃ শ্বাহিদৰ গৃহলৈ যাবলৈ ইশ্বানে পালন কৰে কেত বোৰ নিয়মঃ 2
ভাতৃ শ্বাহিদৰ গৃহলৈ যাবলৈ ইশ্বানে পালন কৰে কেত বোৰ নিয়মঃ 3


মীৰা আৰু শ্বাহিদ কাপুৰৰ বাসগৃহত জোতা ৰখাৰ এক নিৰ্দ্দিষ্ট নিয়ম আছে। ইশান যেতিয়াই তেওঁলোকৰ ঘৰলৈ যায় তেতিয়াই তেওঁলোকৰ নিয়মানুসৰি জোতা নিৰ্দ্দিষ্ট ঠাই ডোখৰত থয় আৰু ভিতৰলৈ প্ৰৱেশ কৰে। ইয়াৰ লগতে; ইশানে কয় যে, “মীৰাই জোতা য’তে ত’তে ৰাখিলে বেয়া পায় সেইবাবে তেওঁলোকৰ জোতা ৰখা এক নিৰ্দ্দিষ্ট স্থান আছে”।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform