Rupaliparda.com
চিলেব্ৰেটীয়ে জনসাধাৰণক জনাইছে মাঘ বিহুৰ শুভেচ্ছাঃ 1

চিলেব্ৰেটীয়ে জনসাধাৰণক জনাইছে মাঘ বিহুৰ শুভেচ্ছাঃ

আজি মাঘ বিহুৰ উৰুকা। প্ৰত্যেকখন ঘৰত মাঘ বিহুৰ প্ৰস্তুতিৰে আৰম্ভ হৈছে আজিৰ দিনটো। পিঠা-পনাকে ধৰি ৰাতি পৰিয়ালৰ সকলোৱে মাছে-মঙহে এসাঁজ খোৱালৈ ব্যস্ততাৰে পৰিপূৰ্ণ হৈ থাকে সকলো। ইজনে সিজনক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে বিহু খাবলৈও মতা হয় মিটিৰ-কুটম সকলক।

চিলেব্ৰেটীয়ে জনসাধাৰণক জনাইছে মাঘ বিহুৰ শুভেচ্ছাঃ 2


নিজ অনুৰাগীক আজি মাঘ বিহুৰ শুভেচ্ছা জনোৱাৰ পৰা আঁতৰি থকা নাই অসমীয়া চিলেব্ৰেটী সমূহো। কোনোৱে যদি নিজ গীতৰ দ্বাৰা অনুৰাগীক শুভেচ্ছা জনাইছে; কোনোৱে আকৌ নিজ একোখন ফটোৰে শুভেচ্ছা জনাইছে জনসাধাৰণক। চাওঁ চোন আহক তেওঁলোকৰ পোষ্ট সমূহঃ

https://www.instagram.com/p/B7Silk4JY1s/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B7Sim_pDMxq/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B7Sm6GNlzin/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform