মাঘ বিহুৰ মেজিৰ জুইয়ে সকলোৰে অপায়-অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰে প্ৰত্যেকেই। উৰুকাৰ দিনটোৰ পৰা আৰম্ভ কৰি সকলোৱে নিজৰ ঘৰে ঘৰে বিভিন্ন পিঠা-পনা তৈয়াৰ কৰি মিতিৰ-কুটুমক খাবলৈ মাতে।

কিন্তু,এইবাৰ ব্যতিক্ৰমী বিহু উদযাপন কৰিলে অসমীয়াই। ভোগালী বিহু উদযাপন কৰাৰ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত প্ৰতিবাদ সাবস্ত্য কৰে সকলোৱে। এনে প্ৰতিবাদৰ পৰা পিছ পৰি নৰ’ল অসমীয়া তাৰকা সমূহো। চচিয়েল মিডিয়া যোগে কৰা পোষ্ট সমূহত অভিনেতা/ অভিনেত্ৰী তথা শিল্পী সমূহে #NoCaa ধ্বনি আৰু এখন সুস্থ অসম বিচাৰি বিহুৰ ফটো আপলোড কৰে। চাওঁক এই পোষ্ট সমূহঃ
Add comment