Rupaliparda.com
গীতালীৰ "ঘপককৈ" ৰ জনপ্ৰিয়তা অব্যাহতঃ 1

গীতালীৰ “ঘপককৈ” ৰ জনপ্ৰিয়তা অব্যাহতঃ

১৫ দিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীতালীৰ গীত “ঘপককৈ” য়ে অতি কম সময়ৰ ভিতৰতে ইউটিউবত লাভ কৰিলে ২ মিলিয়নতকৈও অধিক ভিউৱাৰচ। “প্ৰীতি ভৰা” ৰ পিছতেই মুক্তি লাভ এই গীতটিক লৈ গীতালীয়ে প্ৰায়ে চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট কৰি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছিল। উল্লেখ্য যে, “ঘপককৈ” ৰ পিছতেই তেওঁৰ বিহু গীত “ফুলচেং” ও লাভ কৰিছে জনপ্ৰিয়তা।

https://www.instagram.com/p/B7VYxbOBOBr/?utm_source=ig_web_copy_link


আনহাতে, “ঘপককৈ” লিখিছে শোণিত গগৈয়ে আৰু ইয়াত সুৰ দিছে যুটীয়াভাৱে শোণিত গগৈ লগতে বিজয় শংকৰে। উক্ত গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে জুনজুন, অশ্বিনী, প্ৰতিভা, কুকিল আৰু শ্বিবাৰণে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform