“গেত টুগেদাৰ” ৰ যেন ঢৌ উঠিছে অসমীয়া সংগীত জগতৰ কন্ঠশিল্পী সমূহৰ মাজত। অসমীয়া শ্ৰোতাৰ মাজত এক বিশেষ স্থান দখল কৰা নীল আকাশে প্ৰেয়সীক লৈ কৰা পোষ্ট সমূহে বৰ্তমান উৎসাহিত কৰি তুলিছে সকলোকে। নীল আকাশৰ প্ৰায়বোৰ গীতেই প্ৰত্যেকজন শ্ৰোতাৰ মাজতেই জনপ্ৰিয়। সেইবাবেই অনুৰাগীৰ সমাদৰ কন্ঠশিল্পী গৰাকীয়ে প্ৰতিটো খোজত তথা কৰা কামসমূহত লাভ কৰিবলৈ সক্ষম হয়।

নীল আকাশে প্ৰেয়সীৰ সৈতে দিয়া ফটোত এতিয়া অনুৰাগীৰ কমেন্টৰ ভিৰ দেখিবলৈ পোৱা গৈছে চচিয়েল মিডিয়াত। চাওঁক এই পোষ্টঃ







Add comment